শব্দ – Notes

শব্দ
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 12 শব্দ – Notes Improvement in Food Resources ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

শব্দ – Notes

শব্দ তৰংগৰ সংকোচন আৰু তনুভৱন স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। এনে অঞ্চলক সংকোচন (Compression) বোলে। স্পন্দনশীল বস্তুটোৰ পৰা এই ঘনীভৱন আঁতৰি যাবলৈ আৰম্ভ কৰিলে যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক তনূভৱন (Rarefaction) বোলে।

অনুদৈৰ্ঘ তৰংগ যি তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় তেনে তৰংগক অনুদৈৰ্ঘ তৰংগ বোলে ৷ উদাহৰণ – শব্দ তৰংগ ৷

অনুপ্ৰস্হ তৰংগ যি তৰংগত কণাবোৰে তৰংগৰ সঞ্চালনৰ দিশত দোলন নকৰি নিজ নিজ সাম্য অৱস্হানৰ সাপেক্ষে ওপৰ-তল কৰি দোলন কৰে তেনে তৰংগক অনুপ্ৰস্হ তৰংগ বোলে ৷

উদাহৰণ – পোহৰ তৰংগ ৷

স্বৰ এটা কম্পনাংকৰ শব্দক স্বৰ বোলে ৷

সুৰ – কেইবাটাও কম্পনাংকৰ সংমিশ্ৰনত সৃষ্টি হোৱা শ্ব্দক সুৰ বোলে ৷

শব্দ – Notes

Advertisement

শ্বদৰ দ্ৰুতি শ্বদৰ দ্ৰুতিৰ সংজ্ঞা হৈছে সংকোচন বা তনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব ৷

শব্দৰ দ্ৰুতিৰ এচ আই একক হ’ল m/s |

শব্দৰ প্ৰেতিফলনৰ সুত্ৰ

1. শব্দৰ আপতন আৰু প্ৰতিফলনৰ দিশ দুটাই আপতন বিন্দুত পৃষ্ঠৰ অভিলম্বৰ সৈতে সমান সমান কোণ উৎপন্ন কৰে ৷

2. শব্দৰ আপতনৰ দিশ, প্ৰতিফলনৰ দিশ আৰু অভিলম্দ একেখন সমতলতে থাকে ৷

প্ৰতিধ্বনি – আমি উপযুক্ত প্ৰতিফলন পৃষ্ঠ যেনে ওখ অট্তালিকা বা পৰ্বতৰ ওচৰত চিঞৰিলে বা হাত চাপৰি বজালে অলপ সময়ৰ পিছতে একেটা শব্দকে আকৌ শুনা পাঁও ৷ আমি শুনা এই শব্দক প্ৰতিধ্বনি বোলে ৷

Read More :

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

গতি – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

Advertisement

3 Replies to “শব্দ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *